নীলাভ আকাশ

নীলাভ আকাশ
মই এখনি নীলাভ আকাশ আৰু তুমি ডাৱৰ হৈ মোৰ বুকুত খেলিছা! নাজানোঁ বুকুত কিমান ভালপোৱা হ'লে আৱেগৰ কৃষ্ণচূড়া ফুলে, নাজানোঁ প্ৰেমত কিমান মাতাল হ'লে হৃদয়ত কহুঁৱা হালে! নজনাকৈৱে নভৱা কথাবোৰেই হৈ গ'ল প্ৰেমৰ জাজি নৈখন হঠাৎ তোমাতেই বিলীন হ'ল কি ৰং সানিলে তুমি জিলিকি উঠিবা কোৱা তোমাৰ প্ৰিয় ৰং ক'লা নে মই ভালপোৱা গুলপীয়া নে জীৱনৰ শেষ বাটে সোৱোৰাই দিয়া আৱেলিৰ হেঙুলীয়া??

Comments

Popular posts from this blog

আকৌ এবাৰ কবি হ'বলৈ মন যায়

ময়ো ফাগুনৰ দৰেই ঠিকনাবিহীন..

A assamese poem" TUMI" written by Benudhar Rabha