ভালপোৱা

ভালপোৱা
ভালপোৱা
মোৰ শাৰদীয় অনুভৱত তুমি যেন শুকুলা শেৱালি মোৰ নৈপৰীয়া আৱেগবোৰত তুমি যেন কঁহুৱা এধানি! কি নাম দিম তোমাক, মোৰ পিয়াঁহৰ ব্যাকুলতা নে নিৰ্জীৱ জীৱনৰ সজীৱতা? প্ৰভাতী পুৱাৰ ৰদাঁলি নে ৰামধেনুৰ হেঙুলীয়া আৱেলি? নাজানোঁ এনে কিয় হ'য় ভালপোৱাত য'ত প্ৰাপ্তিৰ সমাধি হ'য় কোনোবা নিৰ্জন অমানিশাত।।

Comments

Popular posts from this blog

সপোন কিয় দেখিব লাগে?

ময়ো ফাগুনৰ দৰেই ঠিকনাবিহীন..

A Assamese poem written by Benudhar Rabha